Society & Politics

ৰাজনৈতিক-অৰাজনৈতিক

Posted on Updated on

RAJNOITIK ORAJNOITIK

Author: Arup Jyoti Das, Language: Assamese, Category: Society & Politics, ISBN: 9788193429617 Price: Rs.199/-

যোৱা দহবছৰৰ সময়চোৱাত অসমৰ সমাজ জীৱনক চুই যোৱা বিভিন্ন উল্লেখযোগ্য ঘটনা আৰু বৌদ্ধিক চিন্তাৰ সফল প্ৰতিফলত হল বিশিষ্ট নিবন্ধকাৰ আৰু গৱেষক অৰূপজ্যোতি দাসৰ ৰাজনৈতিক-অৰাজনৈতিক নামৰ প্ৰবন্ধ সংকলনখন। দাসে সাহেসেৰ চুই গৈছে বহু স্পৰ্শকাতৰ বিষয়, যিবোৰ সততে আলোচনা কৰা নহয়। আত্মিনয়ন্ত্ৰণৰ অধিকাৰ, গোষ্ঠী সংঘৰ্ষ, বাংলাদেশী সমস্যা, নিৰ্বাচনী ৰাজনীতি, নাগৰিকৰ অধিকাৰ-এই সকেলাবোৰ বিষয়ৰে যুক্তিনিষ্ঠভাৱে আলোচনা কৰা হৈছে।

Advertisements

অসমীয়াৰ সংকট

Posted on Updated on

AXOMIYAR XONKOT COVER single pageAXOMIYAR XANKAT,

Language: Assamese, Category: Society and Politics, Author: Manoranjan Das, ISBN: 9788193429600, Price: Rs. 195/-

The book is a critical analysis of Assamese nationalism, Assam Accord and Population growth and its role in creating social unrest in Assam. Written from a fresh perspective and the author’s many years of experience in Assam as an administrator, the book is an interesting read for all sections of the society.