9788193429617
ৰাজনৈতিক-অৰাজনৈতিক
Author: Arup Jyoti Das, Language: Assamese, Category: Society & Politics, ISBN: 9788193429617 Price: Rs.199/-
যোৱা দহবছৰৰ সময়চোৱাত অসমৰ সমাজ জীৱনক চুই যোৱা বিভিন্ন উল্লেখযোগ্য ঘটনা আৰু বৌদ্ধিক চিন্তাৰ সফল প্ৰতিফলত হল বিশিষ্ট নিবন্ধকাৰ আৰু গৱেষক অৰূপজ্যোতি দাসৰ ‘ৰাজনৈতিক-অৰাজনৈতিক’ নামৰ প্ৰবন্ধ সংকলনখন। দাসে সাহেসেৰ চুই গৈছে বহু স্পৰ্শকাতৰ বিষয়, যিবোৰ সততে আলোচনা কৰা নহয়। আত্মিনয়ন্ত্ৰণৰ অধিকাৰ, গোষ্ঠী সংঘৰ্ষ, বাংলাদেশী সমস্যা, নিৰ্বাচনী ৰাজনীতি, নাগৰিকৰ অধিকাৰ-এই সকেলাবোৰ বিষয়ৰে যুক্তিনিষ্ঠভাৱে আলোচনা কৰা হৈছে।